সন্ধ্যা
sandhyā
অৰ্থ
1.
দিনৰ দুটা সময়ৰ যোৰা; যেনে-"পুবা, দুপৰীয়া আৰু বেলি মাৰ যোবা সময়"; গধূলি সময়
junction of two parts of the day; morning, noon or evening; evening
বি.
2.
হিন্দুবে পুবা, গধূলি আৰু দুপৰত কৰা দেবতাৰ উপাসনা; . সন্ধ্যা-সেবা বি. সন্ধ্যা সময়ত কৰা দেবতাৰ উপাসনা
a religious ceremony performed every morning, evening and noon by a Hindu ; prayer offered at morning, noon or evening
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ