কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গাংগায়নিgang.ga.yo.niProper Noun
মহাভাৰতৰ অন্যতম শক্তিশালী চৰিত্ৰ৷ তেওঁ কৌৰৱ-পাণ্ডৱ উভয়ৰে ককাক আছিল৷ মহাভাৰতৰ যুদ্ধত কৌৰৱৰ সেনাপতি হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ১২৬ বছৰ৷ তেওঁ নিজৰ পিতৃৰ স্বাৰ্থত ওৰেটো জীৱন অবিবাহিত হিছাপে অতিবাহিত কৰিছিল৷
One of the strongest characters of the Mahabharata. He was the grandfather of both the Pandavas and the Kauravas. Bhishma, who was Commander-in-Chief of the Kaurava forces in the Mahabharata war, was 126 years old at the time. He lived a pure celibate life, making a great sacrifice for the sake of his father.
- গাংগেয়gang.ge.yoProper Noun

- গাইgāiNoun
মাইকী গৰু
a cow
- গাই নদীProper Noun
ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা আহি, ধেমাজি জিলাৰ মাজেদি বৈ ব্ৰহ্মপুত্ৰক মিলিছে৷
A tributary of Brahmaputra, originating from Arunachal Pradesh flowing throug Dhemaji district.
- গাই-জলাgāi-jalāNoun
পানীত হোবা এবিধ শেলাই
moss
- গাইগৰুgai.go.ruCommon Noun
প্ৰধানকৈ গাখীৰৰ বাবে পোহা মাইকী গৰু।
the female of cow, a two horned domestic animal domesticated primarily for milk.
- গাউনga.unMaterial Noun
মহিলাৰ ডিঙিৰ পৰা ভৰিলৈকে আৱৰা, ককালৰ ওপৰত টান আৰু তলৰফালে ঢিলা বহিঃবস্ত্ৰ৷
A woman's dress, usually with a close-fitting bodice and a long flared skirt.
- গাউৰিgāuriNoun
আখটি; জেউৰ
vexation; whim of a child
- গাওgāoNoun
দেহ; শৰীৰ; গাৰি; ডিঙিৰ তলৰ ছোবা; . সক. ধা. ৰ'দ বা বতাহ গাত লগা; যেনে-"সি জহ গাইছে"; "পৰ্ব্বতৰ উপৰে জটায়ু ৰৌদ্ৰ গান্ত"
the body; the trunk excluding the head or limbs ; to bask
- গাওঁgāom̐Noun
গ্ৰাম; চহৰ; নগৰৰ বাহিৰে বা দূৰত থকা মানুহৰ বসতি
a village
- গাওঁবুঢ়াgāom̐buṛhāNoun
গাবঁৰ প্ৰধান বা বৰমূৰীয়া মানুহ
a village elder
- গাওনিgāoniNoun
গীত বা নাম গোবাৰ বেচ
wages for singing
- গাখীৰgākhīraNoun
দুগ্ধ
milk
- গাখীৰ গুৰিga.khir gu.riMaterial Noun
পাউদাৰৰ ৰূপত শুকান গাখীৰ; গাখীৰ শুকুৱাই পাউদাৰৰ ৰূপত প্ৰস্তুত কৰা৷
dried milk in the form of white powder.
- গাখীৰতী ৰনgākhīratī, ranaNoun
এবিধ বন-শাক [ইয়াক পাতত দি ৰস উলিয়াই লোণ-জালুকৰ লগত খুবালে তিৰোতাৰ গাখীৰ ওলায়।]
a kind of medical herb
- গাখীৰদাঁতga.khir.da~tMaterial Noun
স্তন্যপায়ী প্ৰাণীৰ চালুকীয়া অৱস্থাত গজা দাঁত ।
A temporary tooth in a child or young mammal.
- গাখীৰপানীga.khir.pa.niMaterial Noun
পানী মিহলাই খাবললৈ দিয়া পাতল গাখীৰ।
diluted milk mixed with water, usaully given to people/children with digestion problem.
- গাগলgāgalaNoun
আৰি মাছতকৈ সৰু, শিঙৰাতকৈ ডাঙৰ- দীঘল কিন্ত্ত সেই আৰ্য্যাৰ এবিধ বাকলি-নাইকিয়া বৰ তেলী, নিজনি পানীত থকা মাছ
a kind of fish; Arius gagora
- গাগিনীgāginīNoun
মূৰৰ ফাললৈ চিয়াঁ, ডাঙৰ আৰু দীঘল আৰু দীঘল পেট আৰু বৰ দীঘল ঠেং থকা এজাতি ফৰিং
the mantis
- গাগৰিgāgariNoun
আশ্ৰয়; সহায়
a protector; a refuge