← ফুৰি যাওক

গাউন

ga.un

অৰ্থ

1.

মহিলাৰ ডিঙিৰ পৰা ভৰিলৈকে আৱৰা, ককালৰ ওপৰত টান আৰু তলৰফালে ঢিলা বহিঃবস্ত্ৰ৷

A woman's dress, usually with a close-fitting bodice and a long flared skirt.

বস্তুবাচক বিশেষ্য

2.

বিস্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ডিগ্ৰী পোৱা ছাত্ৰ-ছাত্ৰী আৰু মঞ্চত উপস্থিত থকা বিশিষ্টলোক সকলে পিন্ধা বিশেষ পোছাক৷

the official robe of a university graduate and those present on the convocation dais.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ