← ফুৰি যাওক

গাগৰি

gāgari

অৰ্থ

1.

আশ্ৰয়; সহায়

a protector; a refuge

বি.

2.

গেঙেৰি; ডাবি; বৰকথা

show of courage; boasting

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ