কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কন্দুৰীkandurīNoun
ভোল বা কেৰেলালতি পাতৰ নিচিনা পাতেৰে এবিধ খেতিত হোবা বিদেশী লতা আৰু তাৰ পাচলি খোবা গুটি
a kind of cultivated creeper and its fruit which is used as vegetable
- কন্দুৱা গেছkon.du.wa gesMaterial Noun
চকুত পোৰণি সৃষ্টি কৰি চকুপানী উলিয়াব পৰা এবিধ গেছ৷ আন্দোলনকাৰী বা উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ বা কোনো ঠাইৰ পৰা আঁতৰাবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰে৷
gas that makes eyes fill with tear, used by the police to control and disperse mob or riot.
- কন্দৰkandaraNoun
পৰ্ব্বতৰ গহ্বৰ বা খোৰোং
a cave in a mountain
- কন্দৰ্kon.dorProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- কন্দৰ্পkandarpaNoun
কামদেব; কামভাবৰ দেবতা; মুনিহ-তিৰোতাৰ প্ৰেমৰ অধিকাৰী দেবতা
the Indian Cupid
- কন্দৰ্পপত্নীkon.dor.po.pot.niCommon Noun
হিন্দুশাস্ত্ৰমতে প্ৰেমৰ দেৱতা কামদেৱৰ পত্নী
wife of the Hindu god of love, Kamdev
- কন্ধkandhaNoun
কান; বাহুৰ গুবি আক কান্ধব ওপৰ ফাল; ঘাব
the should
- কন্ধাkandhāNoun
কনা; এবাৰ কান বা কান্ধত নিব পৰা মুঠা
a large bundle of reed, fuel etc., which can be carried on the shoulder at a time
- কন্নকীProper Noun
মিথিলাৰ ৰজা জনকৰ (তোলনীয়া)জীয়েক আৰু ৰামচন্দ্ৰৰ ভাৰ্যা৷ জনক ৰজাই নাঙলৰ সীৰলুত সীতাক লাভ কৰে৷
Sita is the wife of Rama the principal characters in the Ramayana, Sita was a foundling, discovered in a furrow in a ploughed field, and for that reason is regarded as a daughter of Bhudevi, the Goddess Mother Earth. She was found and adopted by Janaka, king of Mithila.
- কন্বমুনিProper Noun
মহাকবি কালিদাসৰ `অভিজ্ঞান শকুন্তলম` নাটকৰ পাৰ্শ পুৰুষ চৰিত্ৰ।
A supporting male character of ‘Abhigyan Sakuntalam’ of famous sanskrit poet Kalidas.
- কন্যকাkon.yo.kaCommon Noun
কন্যা-সন্তান
a female child or person in relation to her parents.
- কন্যাkanyāNoun
বিয়া নোহোবা ছোবালী; কুমাৰী
a girl; a virgin
- কন্যা ৰাশিkon.ya ra.khiCommon Noun
Constellation and the sixth sign of the zodiac (the Virgin)
- কন্যা-কালkanyā-kālaNoun
কুমাৰী বা ছোবালীয়ে যৌবন বয়স পোবা কাল; ছোবালীৰ ঋতু হোবা কাল; দশ
the age of puberty; the first menses
- কন্যা-ৰাশিkanyā-rāśiNoun
"কন্যা" আৰু "ৰাশি" চোবাঁ।
- কন্যাকাল হোৱাkon.ya.kal ho`.waAbstract Noun
ছোৱালীৰ প্ৰথম ৰাজস্বলা হোৱা অৱস্হা ৷ সাধাৰণতে ১২ বছৰ বয়সত ছোৱালীৰ কন্যাকাল প্ৰাপ্তি হয়৷ যাৰ দ্বাৰা এজনী ছোৱালীয়ে সন্তান জন্ম দিয়াৰ ক্ষমতা লাভ কৰে ৷
First Menstruation of a young girl. It is one of the later stages of puberty in girls. By which a girl capable of sexual reproduction of offspring: in common law. The average age of menarche in female is 12 years, but it is looks normally anywhere between ages 8 and 16 years.
- কন্যাগতkanyāgataNoun
প্ৰেতপক্ষ; আহিন মাহৰ কৱষ্ণ পক্ষ [এই পক্ষত দিনৌ পূৰ্ব্বপুৰুষৰ উদ্দেশ্য শৰাধ কৰা হয়]
the dark half of he month of Āśvina when śrāddha ceremony is daily performed in honour of the manes
- কনয়াkanaẏāNoun
কনক; সোণ; যেনে-"কটি কাঞ্চী কিঙ্কিণী কনয়া দোলে" (বৰগীত)।
- কনৰুkanaruNoun
ঠেক, দীঘলীয়াস জোঙা পাতেৰে আৰু গুৰি ফালে চুঙাৰ নিচিনা, হালধীয়া বৰণৰ এবিধ বাৰীত হোবা ফুল, [ইয়াৰ গছৰপৰা বগা এঠা ওলায়; ইয়াক কোনোবে গছ-কৰবী বোলে]।
- কপটkapaṭaNoun
মনৰ আচল বা যথাৰ্থ ভাবৰ গোপন; পেটত এক মুখত আন ভাব দেখুবা কাৰ্য্য
hypocrisy; dissimulation