← ফুৰি যাওক

কনয়া

kanaẏā

অৰ্থ

1.

কনক; সোণ; যেনে-"কটি কাঞ্চী কিঙ্কিণী কনয়া দোলে" (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কনয়া · অসমীয়া অভিধান