← ফুৰি যাওক

কন্যা

kanyā

অৰ্থ

1.

বিয়া নোহোবা ছোবালী; কুমাৰী

a girl; a virgin

বি.

2.

জী; দুহিতা; পুত্ৰী

a daughter

বি.

3.

কনিয়া; বিয়াৰ পাত্ৰী

a bride

বি.

4.

ৰাশি-চক্ৰৰ ষষ্ঠ ৰাশি

the sign Virgo

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কন্যা · অসমীয়া অভিধান