← ফুৰি যাওক

কন্দুৱা গেছ

kon.du.wa ges

অৰ্থ

1.

চকুত পোৰণি সৃষ্টি কৰি চকুপানী উলিয়াব পৰা এবিধ গেছ৷ আন্দোলনকাৰী বা উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ বা কোনো ঠাইৰ পৰা আঁতৰাবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰে৷

gas that makes eyes fill with tear, used by the police to control and disperse mob or riot.

বস্তুবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কন্দুৱা গেছ · অসমীয়া অভিধান