← ফুৰি যাওক

কন্যাগত

kanyāgata

অৰ্থ

1.

প্ৰেতপক্ষ; আহিন মাহৰ কৱষ্ণ পক্ষ [এই পক্ষত দিনৌ পূৰ্ব্বপুৰুষৰ উদ্দেশ্য শৰাধ কৰা হয়]

the dark half of he month of Āśvina when śrāddha ceremony is daily performed in honour of the manes

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কন্যাগত · অসমীয়া অভিধান