কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অদেখাadekhāAdjective
নেদেখা; চকুত নপৰা; চকুৰে নমনা; অলক্ষিত
unseen
- অদেহীadehīAdjective
দেহ-নাইকিয়া; দেহ-শূন্য
bodiless
- অদেয়adeẏaAdjective
দানৰ অযোগ্য; ষিটো দিব পৰা নায়াব
improper or unfit to be given
- অদ্বিতীয়adbitīẏaAdjective
যাৰ দ্বিতীয় বা আৰু তেনে এটা নাই; এক মাত্ৰ; অতুল্য
having no second; unrivalled
- অদ্বৈতadbaitaNoun
ব্ৰহ্ম; ঈশ্বৰ
- অদ্ভুতadbhutaAdjective
আচৰিত; আগেয়ে নোহোবা
wonderful; unusual
- অদ্ৰবণীয়adrabaṇīẏaAdjective
দ্ৰাবকত নপমা
insoluble
- অদ্ৰাব্যo.dra.byoProper Adj.
পানী বা আন দ্ৰৱত গুলিব বা দ্ৰৱীভূত কৰিব নোৱৰা
incapable of getting dissolved
- অদ্ৰিজod.rijProper Adj.
পৰ্বতত জন্মা বা উত্পন্ন হোৱা৷
Living or produced on mountain or hill.
- অদ্ৰুতo.dru.toVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- অদ্ৰৱণীয়o.dro.wo.ni.yoProper Adj.
পানী বা আন দ্ৰৱত গুলিব বা দ্ৰৱীভূত কৰিব নোৱৰা
incapable of getting dissolved
- অদয়adaẏaAdjective
বহুত; প্ৰচুৰ; যথেষ্ট
abundant; more than enough
- অদৰকাৰীadarakārīAdjective
প্ৰয়োজন নথকা,
redundant
- অদৰ্কাৰীadarkārīAdjective
প্ৰয়োজন নথকা,
redundant
- অদৰ্শনadarśanaNoun
নেদেখা হোবা
disappearance; state of being out of sight
- অদৱশ্যadawaśyaAdjective
নেদেখা; মনিব নোবৰা; দৱষ্টিৰ বাহিৰ
out of sight; not visible
- অদৱষ্ট-পূৰ্বadawaṣṭa-pūrbaAdjective
আগেয়ে নেদেখা; আচৰিত; নেদেখা- নুশুনা
not seet before; unpremeditated; strange
- অদৱষ্ট-পূৰ্ব্বadawaṣṭa-pūrbbaAdjective
আগেয়ে নেদেখা; আচৰিত; নেদেখা- নুশুনা
not seet before; unpremeditated; strange
- অদৱঢ়adawaṛhaAdjective
ঢিলা; টান নোহোবা; আশকত; হেলেকা; হেলেকলেকীয়া
not firm; slack
- অধঃপতিতAdjective
অধোগতি হোবা; তললৈ যোবা; শ্ৰীবৱদ্ধি নোহোবা
fallen; degraded; devoid of progress and prosperity