← ফুৰি যাওক

অদ্বৈত

adbaita

অৰ্থ

1.

ব্ৰহ্ম; ঈশ্বৰ

বি.

2.

ভেদ-ভাব নথকা; এক ঈশ্বৰ মনা; সকলোতে ঈশ্বৰ দেখা ভাব; যেনে-'অদ্বৈত-জ্ঞান'।

বিণ.

3.

চৈতন্যদেবৰ প্ৰধান পাৰিষদ এজনৰ নাম।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ