কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চল্তিcaltiAdjective
প্ৰচলিত; চলিত; সদায় চলি থকা
commonly used; current
- চল্লিশcalliśaNoun
দুকুৰি
forty
- চলৎশক্তিcalatśaktiNoun
লৰি-চৰি ফুৰিবৰ শক্তি; উঠি-লৰি ফুৰিব পৰা শক্তি
the power of movement
- চলৰাশিso.lo.ra.xiAbstract Noun
যি ৰাশিৰ মান পৰিবৰ্তন হৈ থাকে
a quantity or function whose value can change
- চশমাMaterial Noun
দৃষ্টি শক্তি দুৰ্বল হ’লে দেখাত সহায়ৰ বাবে পিন্ধা এযোৰ আকাৰ-বৰ্দ্ধক আইনা
A pair of magnifying glasses used as viewing aid
- চহcahaNoun
খেতি কৰা কাৰ্য্য
cultivation
- চহ কৰাsoh ko.raVerbal Noun
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
The tilling of the soil for cultivation.
- চহকীcahakīNoun
খেতিয়ক
cultivator
- চহলাcahalāNoun
ছলাহ।
- চহাcahāTransitive verb
চাহ কৰ্; হাল-কোৰ বা
to till; to cultivate
- চহাওঁতাcahāom̐tāNoun
চাহ কৰোঁতা
a man who tilis or cultivates
- চহিচcahicaNoun
ঘোঁৰাৰ আল-পৈচান কৰোঁতা
a horse-groom
- চহিচ্so.hisProper Noun
আস্তাবলত ঘোঁৰা চোৱা-চিতা কৰা লোক ।
a person whose job is to feed and take care of horses.
- চহিয়ালcahiẏālaNoun
নাও বাই নিয়া লোক।
- চহোঁতাcahom̐tāNoun
চাহ কৰোঁতা; খেতিয়ক
a tiller
- চহোৱাso.ho`.waVerbal Noun
খেতি কৰিবলৈ হাল বাই মাটি যুগুত কৰা কাৰ্য্য ৷
The tilling of the soil for cultivation.
- চহৰcaharaNoun
নগৰৰ বাজে আন বসতিৰ ঠাই; গাঁও
village
- চহৰাcaharāNoun
ঠুহা।
- চহৰাঞ্চলso.ho.ran.salAbstract Noun
একে ঠাইতে বহু লোক থকা ঠাই৷
An area characterized by higher population density and vast human features in comparison to areas surrounding it. Urban areas may be cities, towns or conurbations.
- চহৰীয়াcaharīẏāNoun
চহৰৰ শান্তি ৰক্ষক; চকীয়াল
a watchman