← ফুৰি যাওক

চহকী

cahakī

অৰ্থ

1.

খেতিয়ক

cultivator

বি.

2.

ধনী মানুহ; ধন-ধান থকা মানুহ

a rich or well-to-do man

বি.

3.

ধনী; সমস্ত লাগতিয়াল বস্ত্ত থকা; খেতিৰ উৎপন্নেৰে পৰিপূৰ্ণ

rich; well-to-do

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ