কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘গ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- গাঁতিgām̐tiNoun
গাত মেৰাই লোবা কাপোৰৰ গাঁঠি বা বান্ধ; যেনে-"কাপোৰখন গাঁতি মাৰি ল"
a know made by tucking or gathering up the two ends of a cloth wrapped round the body
- গাঁতি-শলাgām̐ti-śalāNoun
গাঁতিৰ পৰিবৰ্ত্তে পিন্ধা কাপোৰত মৰা এবিধ সোণ, পিতল আদি ধাতুৰ শলা
a pin
- গাঁতিয়াল ডাঙৰীয়াgām̐tiẏāla, ḍāṅarīẏāNoun
এটা ভূতৰ নাম [ই নিৰ্জ্জন ঠাইৰ ডাঙৰ গছত থাকে বুলি মানুহে বিশ্বাস কৰে]
an evil spirit dwelling on a tree in a lonely place
- গাঁতীয়াga~.tiyaMaterial Noun
গাঁত খান্দিবলৈ ব্যৱহাৰ কৰা, লোৰে নিৰ্মিত, দুয়োফালে জোং থকা, কাঠৰ নাল লগোৱা এবিধ সঁজুলি |
A heavy iron tool with a wooden handle and a curved head that is pointed on both ends.
- গাঁথনNoun
ফুল বা ইটা আদি গঁথা কাৰ্য্য
the act of stringing together flowers or jointing bricks, etc.
- গাঁথনিNoun
ফুল বা মণি আদি শাৰী পাতি একেলগ কৰি দিয়া বান্ধ বা সিয়নি
an arrangement of beads, flowers, etc., on a string
- গাঁথিgām̐thiNoun
জৰীৰে দিয়া বান্ধ
a tie; a knot
- গাঁথি-কটাgām̐thi-kaṭāNoun
গাৰ কাপোৰৰ গাঁঠি মেলি বস্ত্ত চুৰ কৰা মানুহ; চোলাৰ মোনাৰপৰা ধন চুৰ কৰা মানুহ
a cutpurse; a pick- pocket
- গাঁথি-খোপাgām̐thi-khopāNoun
চুলিৰ আগ বাহিৰ কৰি থৈ মৰা খোপা
knot of hair with the ends of the hairs protruding
- গাঁথিয়ণgām̐thiẏaṇaNoun
বহুত গাঁঠি থকা আৰু আদাৰ নিচিনা এবিধ উদ্ভিদৰ সুগন্ধি মূল
a kind of fragrant root
- গাঁড়gām̐ṛaNoun
ডাঙৰ খহু; ফোঁহোৰা
a boil; a tumour
- গাঁড়ুgām̐ṛuNoun
শোওঁতে মূৰ থোবা বা মূৰত লোবা তুলা আদি কোমল বস্ত্তৰ সঁজুলি
a pillow; a bolster
- গাঁৰgām̐raNoun
গাঁড়।
- গাঁৰিgām̐riNoun
মূৰ নথকা গা; মূৰ-নাইকিয়া দেহ
a headless trunk
- গাঁৰি-শুবাৰgām̐ri-śubāraNoun
এলেহুবা মানুহ
a sedentary or inactive man
- গাঁৰিশালিgām̐riśāliNoun
খুবলি
a block of stone or wood with a hole in the centre for cleaning grain with a dhenki or footpestle
- গাঁৱলীয়া বেঙ্কga~.wo.li.ya benkCommon Noun
গাওঁ অঞ্চলত বেঙ্কৰ সা-সুবিধা প্ৰসাৰৰ বাবে চলোৱা বেঙ্ক৷
a banking system set up to provide banking facilities in the rural sector
- গাংgangMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- গাং-শালিকাgām-śālikāNoun
নৈৰ গৰাত বাহ কৰি লোবা এবিধ চৰাই।
- গাংগামালাCommon Noun
a kind of plant used as vegetable