← ফুৰি যাওক

গাঁথনি

অৰ্থ

1.

ফুল বা মণি আদি শাৰী পাতি একেলগ কৰি দিয়া বান্ধ বা সিয়নি

an arrangement of beads, flowers, etc., on a string

বি.

2.

কঁৰালেৰে লগোবা জোৰা

assembling of bricks and other things by cement, etc.

বি.

3.

বাক্যৰ ৰচনা

composition of sentences; arrangement of words into sentences

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গাঁথনি · অসমীয়া অভিধান