← ফুৰি যাওক

গাঁতিয়াল ডাঙৰীয়া

gām̐tiẏāla, ḍāṅarīẏā

অৰ্থ

1.

এটা ভূতৰ নাম [ই নিৰ্জ্জন ঠাইৰ ডাঙৰ গছত থাকে বুলি মানুহে বিশ্বাস কৰে]

an evil spirit dwelling on a tree in a lonely place

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গাঁতিয়াল ডাঙৰীয়া · অসমীয়া অভিধান