← ফুৰি যাওক

গাঁথি

gām̐thi

অৰ্থ

1.

জৰীৰে দিয়া বান্ধ

a tie; a knot

বি.

সমাৰ্থক শব্দ

2.

কাপোৰৰ আগত বন্ধা বস্ত্তৰ টোপোলা; গাঁঠৰী

a bundle tied in cloth

বি.

সমাৰ্থক শব্দ

3.

কথাৰ বান্ধ; বেগতে নিষ্পত্তি কৰিব নোবৰা বিষয়

a knotty question or problem

বি.

সমাৰ্থক শব্দ

4.

শৰীৰৰ অঙ্গৰ জোৰা

a joint in the limb of a body

বি.

সমাৰ্থক শব্দ

5.

বাঁহ আদি পাবৰ জোৰা

a joint in the stem of a plant

বি.

সমাৰ্থক শব্দ

6.

গছৰ গাত ডাল ফুটি ওলাওঁতে হোবা টেমুনা

a protuberance caused by the outgrowth of a tree

বি.

সমাৰ্থক শব্দ

7.

মন্ত্ৰৰ দ্বাৰা দিয়া বান্ধনি; যেনে -"ভাঙো চূড়ছন্দ গাঁঠি" (গু-কৰতি)।

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ