কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰণাdharaṇāNoun
ঘৰৰ চতি
a beam
- ধৰণীdharaṇīNoun
পৱথিবী
the earth
- ধৰণীকীলকdho.ro.ni.ki.lokMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- ধৰণীতলdho.ro.ni.tolMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- ধৰণীধৰNoun
পৱথিবী-ধৰোঁতা; অনন্ত নাগ
the gigantic serpent with one thousand heads, who is said to hold the earth on his head
- ধৰণীপ্লৱdho.ro.ni.plo.woMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.
- ধৰণীশ্বৰdho.ro.nis.worProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ধৰণীসুতাdho.ro.ni.xu.taProper Noun
মিথিলাৰ ৰজা জনকৰ (তোলনীয়া)জীয়েক আৰু ৰামচন্দ্ৰৰ ভাৰ্যা৷ জনক ৰজাই নাঙলৰ সীৰলুত সীতাক লাভ কৰে৷
Sita is the wife of Rama the principal characters in the Ramayana, Sita was a foundling, discovered in a furrow in a ploughed field, and for that reason is regarded as a daughter of Bhudevi, the Goddess Mother Earth. She was found and adopted by Janaka, king of Mithila.
- ধৰণীসূতProper Noun
সূৰ্য্যৰ পৰা আঁতৰত চতুৰ্থ স্থানত থকা গ্ৰহটো
the planet fourth in order from the sun
- ধৰন্Common Noun
উমৈহতীয়া গুণ আৰু ধৰ্ম অনুসাৰে বিভিন্ন শ্ৰেণীসমূহ।
different classes according to common traits and characteristics.
- ধৰফৰdho.r. pho.rAbstract Noun
ভয় বা মানসিক আকুলতাৰ বাবে কোনো কথাত লাগি থাকিব নোৱাৰা বা থিৰে থাকিব নোৱাৰা অৱস্থা
the character of not being able to focus or be stationary due to fear or anxiety
- ধৰফৰণিdharapharaṇiNoun
ছটফটনি; ইফাল-সিফালকৈ লুটি- বাগৰ মাৰি ফুৰা
tossing about in pain
- ধৰফৰিdharaphariNoun
ছটফটনি; ইফাল-সিফালকৈ লুটি- বাগৰ মাৰি ফুৰা
tossing about in pain
- ধৰফৰ্dharapharNoun
ছটফটনি; ইফাল-সিফালকৈ লুটি- বাগৰ মাৰি ফুৰা
tossing about in pain
- ধৰমdharamaNoun
ধৰ্ম্ম।
- ধৰম-বিয়াdharama-biẏāNoun
শাস্তি-নোহোবা ছোবালীৰ বিয়া
marriage of a girl before her attaining puberty
- ধৰমশালাdho.rom.xa.laCommon Noun
মূল্যৰ বিনিময়ত অতিথিক থাকিবলৈ আশ্ৰয় আৰু সাধাৰণতে খাদ্যৰ যোগান ধৰা প্ৰতিষ্ঠান।
An establishment that provides lodging and usually meals and other services for travelers and other paying guests.
- ধৰমৰ ঘটdharamara, ghaṭaNoun
বিয়াৰ হোমৰ ওচৰত কইনাৰ মোমায়েকে ধৰা মাঙ্গলিক ঘট।
- ধৰাdharāTransitive verb
ঘঁহি ধাৰ তোল্; ধাৰ দি; . কৱদ
to sharpen
- ধৰা-ধৰিdharā-dhariNoun
এটাই আনটোক ধৰা কাৰ্য্য; পৰস্পৰে ধৰা কাৰ্য্য
the act of seizing or catching one another