কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চলথcalathaNoun
তল-ওপৰ; পাত পাত কৰি কৰা বিচাৰ
minute of sifting investigation
- চলনcalanaNoun
গমন; খোজ কঢ়া
the act of moving or walking; gait
- চলন ক্ষমতাsolon khyo.mo.taAbstract Noun
এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা ক্ষমতা বা সামৰ্থ্য
the ability to move from one place to the other
- চলন-ফিৰণAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- চলন-ফুৰণso.lon-phu.ronAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- চলনশক্তিso.lon.xok.tiAbstract Noun
কোনো বস্তুৱে গতিৰ পৰা লাভ কৰা শক্তি। এই শক্তি বস্তুটোৰ ভৰৰ আধাক তাৰ গতিবেগৰ বৰ্গৰে পূৰণ কৰি পোৱা ফলাফলৰ সমান।
The energy possessed by an object because of its motion, equal to one half the mass of the body times the square of its velocity
- চলন্তা মাছুলcalantā, māchulaNoun
নৈত উঠি অহা কাঠত জমিদাৰে লগোবা কৰ
royalty on drift timber
- চলন্তিcalantiNoun
চল্তি
use
- চলপত্ৰProper Noun
হিন্দু জাতিৰ বাবে এবিধ পৱিত্ৰ গছ| বিশাল আকৃ্তি আৰু পৰিসৰৰ বাবে এই গছবিধ বিশেষভাৱে পৰিচিত| বৌদ্ধধৰ্মীসকলেও আঁহত গছক পৱিত্ৰ গছ বুলি কয়|
Fig tree of India noted for great size and longevity; lacks the prop roots of the banyan; regarded as sacred by Buddhists and Hindus.
- চলভাষsol.bhaxMaterial Noun
সহজে হাতত লৈ ফুৰিব পৰা দূৰভাষ যন্ত্ৰ৷
a hand-held mobile radiotelephone for use in an area divided into small sections (cells), each with its own short-range transmitter/receiver
- চলাcalāAdjective
চলি থকা; চল্তি; ব্যবহৱত হোবা; যেনে-"এইটকা ৰূপ নচলা হ'ল; মানুহ চলা বাট"
current; used
- চলাগুটিয়াcalāguṭiẏāNoun
মুই শাক
a kind of medicinal herb
- চলাচলcalācalaAdjective
এচলা এচলা হোবা; ইয়াত এচলা তাত এচলা থকা
reduced or separated into flat pieces
- চলাথcalāthaNoun
তল-ওপৰ; পাত পাত কৰি কৰা বিচাৰ
minute of sifting investigation
- চলাহso.lahAbstract Noun
Something given or done to persuade someone to do something by offering them something pleasant
- চলিcaliNoun
চাঁচি এৰুওবা পাতল কাঠ; কাঠৰ সৰু চেপেটা খণ্ড
a small flat piece of wood
- চলি খৰিMaterial Noun
বাঁহ বা কাঠৰ সৰু, জোঙা টুকুৰা; জুই জ্বলাত সহায়ক হিচাপে ব্যৱহাৰ হয়।
a piece of small, sharp wood or bamboo. It is used to initialise a fire. Fire wood of smaller size.
- চলিহাcalihāNoun
এক ফৈদ ওখ শ্ৰেণীৰ আহোমৰ নাম [নাংচুং বৰগোহাঁয়ে সন্দিকৈ বংশৰ এজনী সগৰ্ভা তিৰোতা বিয়া কৰাই আনি তেওঁৰপৰা জন্ম হোবা ল'ৰা এটাৰ নাম থ'লে চলিহা' এই ল'ৰাৰপৰা যি সন্তান-সন্ততি বাঢ়িছে, তেওঁবিলাকক মঠা ডাঙৰ চলিহা বোলে।]
a clan of high class Ahoms
- চলিয়াcaliẏāNoun
চলা; দীঘল চেপেটা বস্ত্ত
a flat piece (of wood or bamboo)
- চলুcaluNoun
হাতৰ তলুবাৰ খোলত ল'বৰ জোখাৰে পানী
a handful of water