← ফুৰি যাওক

চলা

calā

অৰ্থ

1.

চলি থকা; চল্তি; ব্যবহৱত হোবা; যেনে-"এইটকা ৰূপ নচলা হ'ল; মানুহ চলা বাট"

current; used

বিণ.

2.

মৱত

deceased

বিণ.

3.

গতি কৰা; লৰা

to cause to go or move

সক. ধা.

4.

সম্পন্ন কৰা; কাৰ্য্য কৰা

to cause to be performed

সক. ধা.

5.

ব্যবহাৰ কৰ্; প্ৰচাৰ কৰ্; যেনে-"তেওঁ এটা নতুন মত চলাইছে"

to cause to be practised or accepted

সক. ধা.

6.

চালনীৰে শস্য পৰিষ্কাৰ কৰা

to cause to be sifted as grain

সক. ধা.

7.

গোটা কাঠৰ

বি.

8.

টা বা

বি.

9.

টা দিয়া বাঁহ আৰু বাঁহৰ গাধৈৰে সজা দীঘলীয়া পথাৰৰপৰা ধান কঢ়িওবা গাড়ী

a kind of rude form of carriage

বি.

10.

দীঘল চেপেটা বস্ত্ত

anything flat and long

বি.

11.

বিল; বহুত ঠাই জুৰি থকা বন্ধ পানী

an expanse of water surrounded by land; a lake

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ