চলিহা
calihā
অৰ্থ
এক ফৈদ ওখ শ্ৰেণীৰ আহোমৰ নাম [নাংচুং বৰগোহাঁয়ে সন্দিকৈ বংশৰ এজনী সগৰ্ভা তিৰোতা বিয়া কৰাই আনি তেওঁৰপৰা জন্ম হোবা ল'ৰা এটাৰ নাম থ'লে চলিহা' এই ল'ৰাৰপৰা যি সন্তান-সন্ততি বাঢ়িছে, তেওঁবিলাকক মঠা ডাঙৰ চলিহা বোলে।]
a clan of high class Ahoms
বি.
আহোম ৰজাৰ দিনৰ এক শ্ৰেণী ওখ খাপৰ কাকতী; [আহোম ৰজাৰ দিনত ৰাজ-কাৰ্য্যৰ পৱথক পৱথক বিভাগৰ ভাৰ থকা ওখ খাপৰ আহোম বিষয়াৰ তলত এজন এজন কাকতী নিযুক্ত আছিল আৰু সেই সেই বিষয়াৰ নাম অনুসৰি কাকতীসকলৰ বেলেগ বেলেগ নাম হৈছিল; যেনে-গজপুৰীয়া বৰবৰুবাৰ বিভাগত কাম কৰা কাকতীৰ নাম গজপুৰীয়া কাকতী; চলিহা সন্দিকৈ বৰবৰুবাৰ বিভাগৰ জনৰ নাম চলিহা কাকতী; দুবৰা বৰুবাৰ লগৰ জনৰ নাম দুবৰা কাকতী; নামতিয়াল বৰবৰুবাৰ বিভাগৰ জনৰ নাম নামতিয়াল কাকতী, ইত্যাদি]
a class of clerks in the court of Ahom kings
বি.
বয়সত হোবা চকুৰ শক্তি-হ্ৰাস
dimness of eye-sight during old age
বি.
পটহা; সৰু চটা ৰা চটি
thin slice
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ