চলাচল
calācala
অৰ্থ
1.
এচলা এচলা হোবা; ইয়াত এচলা তাত এচলা থকা
reduced or separated into flat pieces
বিণ.
2.
অহা-যোবা; চল্কৰ; আহাৰ-ব্যবহাৰ; খোবা-লোবা; লগ-সঙ্গ
social intercourse; association
বি.
3.
অস্হিৰ; লৰ-চৰ কৰি থকা
unsteady
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ