কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘুগুলীghugulīAdjective
অতি বুঢ়ী; অতি জীৰ্ণ (নিন্দাৰ্থত)
decrepit emaciated
- ঘুঘুয়াghughuẏāAdjective
অলপকৈ ওলোবা; অলপকৈ বোধ কৰিব পৰা; যেনে -"ঘূঘুবা ৰ'দ বা জ্বৰ"
partially hot
- ঘুঙুৰীয়াAdjective
ঘুঙৰ ৰোগ থকা; ঘুমুৰীয়া
asthmatic
- ঘুট্-মুটীয়া, ঘুট্মুট্ কৰেghuṭ-muṭīẏā, ghuṭmuṭ, kareAdjective
চুটি-চাপৰ কিন্ত্ত গা শকত আৰু তজ্বজীয়া
of short stature but stout and smart
- ঘুণীয়াghuṇīẏāAdjective
ঘুণে খোবা; ঘুণে ধৰা
attacked or eaten by the ghun
- ঘুনুক-ঘানাক্ghunuka-ghānākAdjective
ঘানাক-ঘুনুক; কণা-কণি; অনিশ্চিত-ৰূপে শুনা; অলপকৈ ওলোবা বা প্ৰকাশ হোবা
slightly rumoured
- ঘুপীয়াghupīẏāAdjective
ঘোৰ খোবা; বেঁকা; ভাঁজ লোবা; পোন নোহোবা; বেঁকোৰা
curved; bent
- ঘুপ্ঘুপীয়াghupghupīẏāAdjective
একেবাৰে একোকে নেদেখা; ঘিট্মিটীয়া (আন্ধাৰ)
pitchy (said of darkness)
- ঘুমটীয়াghumaṭīẏāAdjective
ঘুমটি বা টোপনি যোবা; শুই থকা
asleep; sleeping
- ঘুমুৰীয়াghumurīẏāAdjective
উদ্ফাই ৰোগে ধৰা
asthmatic
- ঘুমুৰুগীয়াghumurugīẏāAdjective
উদ্ফাই ৰোগে ধৰা
asthmatic
- ঘুমে-গড়ীয়াghume-gaṛīẏāAdjective
এলেহুবা; শুই হগা
lazy; slothful
- ঘুষিতghuṣitaAdjective
জাননী দিয়া; প্ৰচাৰিত; ঘোষণা কৰা
proclaimed; notified
- ঘূঘুয়াghu.ghu.yaAdjective Adj.
little warmer than normal (with respect to fever, the sun)
- ঘূণাক্ষৰghu.na.khyorProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities
- ঘূণীয়াghu.niaProper Adj.
দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
effected by a cut or physical damage
- ঘূণে-খোৱাghu.ne-kho`.waVerbal Adj.
কাঠ-খোৱা পোক বা ঘূণে খাই বা কাটি নষ্ট কৰা
cut or damaged by wood-cutting weevils
- ঘূণে-ধৰাghu.ne-dho.raVerbal Adj.
কাঠ-খোৱা পোক বা ঘূণে খাই বা কাটি নষ্ট কৰা
cut or damaged by wood-cutting weevils
- ঘূৰণNoun
ঘূৰা কাৰ্য্য
the act of revolving or turning
- ঘূৰণীয়াAdjective
চক্ৰাকৱতি; মণ্ডলাকাৰ; গোলাকাৰ
circular; round