← ফুৰি যাওক

ঘূৰণ

অৰ্থ

1.

ঘূৰা কাৰ্য্য

the act of revolving or turning

বি.

2.

ঘুৰি বা পকাই যাব লগীয়া; পোন নোহোবা; যেনে-"ঘূৰণ বাট

circuitous; roundabout

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ