ঘূণীয়া
ghu.nia
অৰ্থ
1.
দেহৰ কোনো অংশ কটা বা শাৰীৰিক ভাৱে ঘূণ হোৱা
effected by a cut or physical damage
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
আঘাত আদিৰ দ্বাৰা চিৰকাললৈকে অকৰ্ম্মা হোৱা
crippled by an injury received on the body
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ