কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সম্পদশালীxom.pod.xa.liProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- সম্পদশীলxom.pod.xa.liProper Adj.
যাৰ বহু ধন-সম্পত্তি আছে৷
one who possesses lots of money and wealth
- সম্পদহীনxom.pod.honProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- সম্পন্নsampannaAdjective
সম্পূৰ্ণ বা শেষ কৰা; সম্পাদিত; নিষ্পন্ন; কৱত; . বি. সম্পন্নতা।
completed; accomplished; fulfilled; done
- সম্পাদিতxom.pa.di.toVerbal Adj.
কৰা বা সম্পন্ন কৰা কোনো কাম
something carried out or accomplished
- সম্পাদ্যsampādyaAdjective
সম্পাদন বা (কোনো কাৰ্য্যৰ) পৰিচালনা কৰিব লগীয়া
to be accomplised or done
- সম্পূৰকsampūrakaAdjective
ষি পূৰণ কৰে; (গণিত) কোনো কোণৰ লগত যি কোণ যোগ কৰিলে দুই সমকোণৰ সমান হয়
supplementary
- সম্পূৰ্ণsampūrṇaAdjective
পুৰ; পূৰা; পৰিপূৰ্ণ
full; filled
- সম্প্ৰচাৰিতxom.pro.sa.ri.toVerbal Adj.
অনাতাঁৰ বা দূৰদৰ্শন কেন্দ্ৰৰ পৰা প্ৰচাৰিত
transmitted from a radio or television station
- সম্প্ৰদায়িকxom.pro.da.yikProper Adj.
কোনো সম্প্ৰদায় বা জনগোষ্ঠি সম্পৰ্কীয়৷
pertaining to a particular sect or religious sub-group
- সম্প্ৰসাৰিতxom.pro.xa.ri.toVerbal Adj.
বহলাই বা দীঘলকৈ মেলি দিয়া
drawn out to the full length
- সম্পৰ্কবিহীনxom.por.ko.bi.hinProper Adj.
মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|
Not connected with the main subject.
- সম্পৰ্কীয়xom.por.ki.yoCommon Noun
তেজ (অৰ্থাৎ বংশ) বা বিবাহ-সূত্ৰে সম্বন্ধ থকা লোক।
a person who is connected with another or others by blood or marriage.
- সম্পৰ্কৰহিতxom.por.ko.ro.hitProper Adj.
মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|
Not connected with the main subject.
- সম্পৱক্তsampawaktaAdjective
সম্পৰ্কিত
related
- সম্বধিতব্যProper Adj.
যাক সম্বৰ্ধনা জনোৱা হ'ব
person to be felicitated
- সম্বন্ধহীনxom.bon.dho.hinProper Adj.
মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|
Not connected with the main subject.
- সম্বন্ধীয়াsambandhīẏāAdjective
সম্বন্ধ থকা; সম্পৰ্কীয়; মিতিৰ হোবা; লগা-ভগা
related, as a kinsman
- সম্বন্ধৰহিতxom.bon.dho.ro.hitProper Adj.
মূল বিষয়ৰ লগত সম্পৰ্ক নথকা বা তাৰ সৈতে খাপ নোখোৱা|
Not connected with the main subject.
- সম্বলহীনxom.bol.hinProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth