← ফুৰি যাওক

সম্পাদিত

xom.pa.di.to

অৰ্থ

1.

কৰা বা সম্পন্ন কৰা কোনো কাম

something carried out or accomplished

কৃদন্ত বিশেষণ

সমাৰ্থক শব্দ

2.

কোনো কাম সফলতাৰে সম্পূৰ্ণ কৰা ।

Successfully carried out and brought to an end.

কৃদন্ত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ