← ফুৰি যাওক

সম্পাদ্য

sampādya

অৰ্থ

1.

সম্পাদন বা (কোনো কাৰ্য্যৰ) পৰিচালনা কৰিব লগীয়া

to be accomplised or done

বিণ.

2.

(জ্যামিতি) কোনো ৰেখা, কোণ বা ক্ষেত্ৰাদি আঁকিব লগীয়া প্ৰতিজ্ঞা

a problem

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সম্পাদ্য · অসমীয়া অভিধান