← ফুৰি যাওক

সম্পূৰ্ণ

sampūrṇa

অৰ্থ

1.

পুৰ; পূৰা; পৰিপূৰ্ণ

full; filled

বিণ.

2.

সম্পূৰ্ণ; সমাপ্ত

finished; completed

বিণ.

3.

সফল; সিদ্ধ

accomplished

বিণ.

4.

সমগ্ৰ; সকলো; . বি. সম্পূৰ্ণতা পূৰ হোবা বা থকা অবস্হা

all; whole ; fulness; fulfil ment; completeness

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ