কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চেপ্cepTransitive verb
টান বস্ত্তৰ মাজত সুমাই চেপা বা হেঁচা মাৰ্
to squeeze or press
- চেফেৰাcepherāAdjective
শ্ৰী কম হোবা; ভালৰপৰা বেয়া হোবা; বিজতৰীয়া (শস্য আৰু ফল ধৰা গছ)
degenerating or deteriorating
- চেবণ্ডিয়াcebaṇḍiẏāAdjective
দৰিদ্ৰ; নিৰাশ্ৰয়; যেনে-"মাব বাপ নাহি মোৰ চে.বণ্ডিয়া জন" (বঘাসূৰ)।
- চেবা-দিয়াcebā-diẏāAdjective
পানীৰ ভাপত সিজোবা
cooked by steam or heated air
- চেমনীয়াcemanīẏāAdjective
অলপ বয়সীয়া, গতিকে বৰ ওখ-ডাঙৰ নোহোবা (ল'ৰা)
yound and not full grown, as a boy
- চেলবেলীয়াsel.be.li.yaProper Adj.
যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়
talking too much, often of no use
- চেলামীAdjective
হেলনীয়া; এফাললৈ ক্ৰমে চাপৰ
sloping
- চেলেং পেতেংse.leng pe.tengProper Adj.
কোনো কাম বা কথা গুৰুত্ব সহকাৰে নোলোৱা৷
not considering an issue with real or adequate interest
- চেলেং-পেতেংcelem-petemAdjective
মন নিদিয়া; মন আৰু ইচ্ছা নথকা; অনিচ্ছাৰে কৰা
reluctant; done without will and attention; indifferent
- চেলেকাcelekāNoun
জিভাৰে চেলেকি খোবা কাৰ্য্য
the act of licking
- চেলেকা-চুবুৰাse.le.ka-su.bu.raProper Adj.
এঠাইত লগা, আন এঠাইত নলগা ধৰণৰ (ৰং লগোৱা বা বস্তু আঠা লগোৱাৰ ক্ষেত্ৰত খাটে)
laid here and there, not being uniform (as paint or plaster)
- চেলেকা-চুবুৰীয়াse.le.ka-su.bu.ri.yaProper Adj.
এঠাইত লগা, আন এঠাইত নলগা ধৰণৰ (ৰং লগোৱা বা বস্তু আঠা লগোৱাৰ ক্ষেত্ৰত খাটে)
laid here and there, not being uniform (as paint or plaster)
- চেলেকা-ঢূবুৰাcelekā-ḍhūburāAdjective
এঠাইত লগা আন ঠাইত নলগা; একেবাৰে সমান হৈ নলগা; চকা-চন্তা
not laid uniformly; painted or plastered here and there
- চেলেকা-ঢূবুৰীয়াcelekā-ḍhūburīẏāAdjective
এঠাইত লগা আন ঠাইত নলগা; একেবাৰে সমান হৈ নলগা; চকা-চন্তা
not laid uniformly; painted or plastered here and there
- চেলেপুcelepuAdjective
চেল্চেলীয়া।
- চেল্চেলীয়া; চেল্বেলীয়াAdjective
not grave; talkative
- চেষ্টান্বিতAdjective
যত্নশীল; চেষ্টা কৰা
exerting; striving
- চেষ্টিতAdjective
যি বিষয়তে চেষ্টা কৰা যায়
attempted; tried
- চেৰceraAdjective
নিকৱষ্ট; নীহ; নৰম; তুচ্ছ; কম
inferior
- চেৰপেটীcerapeṭīAdjective
বহল; আহল-বহল; যেনে-"চেৰপেটী পিঠা"