চেলেকা
celekā
অৰ্থ
1.
জিভাৰে চেলেকি খোবা কাৰ্য্য
the act of licking
বি.
2.
এবাৰ জিভাৰে মুখলৈ চেলেকি যিমান বস্ত্ত নিয়া যায় সিমান বস্ত্ত; অলপমান বস্ত্ত
as much as can be taken in with the tongue at a time; a little
বি.
3.
চেলেকি খোবা
licked
বিণ.
4.
এবিধ পোক; চৰহা
বি.
5.
আনক চেলেকিবলৈ দি; . কৱদ
to cause one to lick
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ