← ফুৰি যাওক

চেপ্

cep

অৰ্থ

1.

টান বস্ত্তৰ মাজত সুমাই চেপা বা হেঁচা মাৰ্

to squeeze or press

সক. ধা.

2.

টেপা মাৰি পানী বা ৰস উলিওবা

to wring out

সক. ধা.

3.

ঠেক কৰ্; চাপ খুবা

to contract; to make narrow

সক. ধা.

4.

ঠেক

narrow

বিণ.

5.

ঠেক ঠাই; যেনে-"বেৰৰ চেপ"

a narrow place

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চেপ্ · অসমীয়া অভিধান