← ফুৰি যাওক

চেৰপেটী

cerapeṭī

অৰ্থ

1.

বহল; আহল-বহল; যেনে-"চেৰপেটী পিঠা"

বিণ.

2.

বহলকৈ আঙুলি মেলি মৰা (ঢকা)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ