কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফোঁপphom̐paNoun
চুঙাৰ বিন্ধা; ভিতৰৰ শূন্য ভাগ
a hollow; a cavity
- ফোঁপ-চুঙাphom̐pa-cuṅāNoun
জ্ঞান-বুদ্ধি নথকা মূৰ্খ মানুহ
a blockhead
- ফোঁপ-যহpho~p-johAbstract Noun
নিজৰ বিষয়ে ডাঙৰ ডাঙৰকৈ জহাই কোৱা কথা।
speaking of yourself in superlatives.
- ফোঁপনিpho~’.po.niAbstract Noun
খৰকৈ, চুটি-চুটিকৈ উশাহ লৈ
The act of breathing rapidly in short gasps, as after exertion
- ফোঁপাউৰিphom̐pāuriNoun
সাপে খঙত নাকেদি ডাঙৰকৈ কৰা শব্দ
a loud hissing sound of an angry serpent
- ফোঁপাতphom̐pātaNoun
এবিধ অতি মিহি শুং-যুক্ত পাতেৰে গছ
a kind of nettle
- ফোঁহাphom̐hāNoun
ছালৰ ওপৰত হোবা সৰু খহু
a pimple
- ফোঁহোৰাphom̐horāNoun
ডাঙৰ ফোঁহা; গাত হোবা বিষ-যুক্ত আৰু পক ধৰা খহু
a boil
- ফোঁৱাৰাpho’~.wa.raMaterial Noun
তলৰপৰা ওপৰলৈ সিচঁৰিত হৈ যোৱা পানীৰ সোঁত৷
An artificially created jet or stream of water
- ফোচ্কা-পানীphockā-pānīNoun
ঠিলা বা সোপা খুলি দিলে বটল বা আন পাত্ৰৰপৰা ফোচ্ শব্দ কৰি উতলি ওলোবা পানী
serated water
- ফোটphoṭaNoun
কপালত লোবা সেন্দূৰ বা চন্দন আদিৰ বিন্দু
a mark made with a paint on the forehead
- ফোনphonaNoun
টেলিফোন
telephone
- ফোপজহীpho`p.jo.hiAbstract Noun
অহঙ্কাৰ কৰি নিজৰ বিষয়ে কোৱা বৰ বৰ কথা |
Praise of ones own advantages; speaking of yourself in superlatives.
- ফোহ্ ফোহ্, ফাহ্-ফাহ্phoh, phoh, phāh-phāhNoun
ফুচ্ ফুচ্ ফাচ্ ফাচ্; বু-বু বা-বা; মনে মনে আলচা; ষড়যন্ত্ৰ বা অভিসন্ধি কৰা
conspiracy carried on in whispers
- ফোৰphoraNoun
পোনপটীয়া সেৰেঙা নিয়নি
a thing stitch; a basting
- ফোৰণphoraṇaNoun
তেল বা ঘিউ মৰা কাৰ্য্য; আঞ্জাত তেল বা ঘিউ মচলাৰ লগত তপতাই দিয়া কাৰ্য্য
the act of mixing hot oil or ghee into a curry
- ফোৰমেনphoramenaNoun
যন্ত্ৰ-পৰিচালনাৰ তত্ত্বাবধায়ক
foreman
- ফোৰাphorāNoun
খহু
boil
- ফোৰোহনিphorohaniNoun
কোনো জন্ত্তবে ঘাইকৈ হাতীয়ে খং প্ৰকাশ কৰি নাকেদি মৰা গোঁজৰণি
a snoring sound made by an angry animal
- ফৌজphaujaNoun
সৈন্য
an army