← ফুৰি যাওক

ফোঁপাউৰি

phom̐pāuri

অৰ্থ

1.

সাপে খঙত নাকেদি ডাঙৰকৈ কৰা শব্দ

a loud hissing sound of an angry serpent

বি.

2.

খঙেৰে ডাঙৰকৈ দিয়া ডাবি

a boastful defiance or intimidation

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফোঁপাউৰি · অসমীয়া অভিধান