← ফুৰি যাওক

ফোট

phoṭa

অৰ্থ

1.

কপালত লোবা সেন্দূৰ বা চন্দন আদিৰ বিন্দু

a mark made with a paint on the forehead

বি.

2.

নিচেই অলপ পৰিমাণ; একণ

a very small quantity (figuratively)

বি.

3.

জন্ত্তৰ কপালত থকা চিন

a mark on the forehead of an animal

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফোট · অসমীয়া অভিধান