← ফুৰি যাওক

ফোৰণ

phoraṇa

অৰ্থ

1.

তেল বা ঘিউ মৰা কাৰ্য্য; আঞ্জাত তেল বা ঘিউ মচলাৰ লগত তপতাই দিয়া কাৰ্য্য

the act of mixing hot oil or ghee into a curry

বি.

2.

আঞ্জাত দিবলৈ তপত কৰা মচলা আৰু তেল বা ঘিউ

heated oil or ghee for seasoning curry

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফোৰণ · অসমীয়া অভিধান