কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এহোলোকাe.ho’.lo’.kaAbstract Noun
a amount of something that can fill the mouth
- এড়াeṛāNoun
এৰা।
- এড়া-পাতeṛā-pātaNoun
এৰাপাত। ৰ
- এড়ীeṛīNoun
এৰী।
- এড়ী পলুe.ri po.luCommon Noun
কেৱল অসমত উপলভ্য এড়ী সূতা উৎপাদন কৰা এবিধ পাটপলু
a silkworm found only in Assam that is used to produce Endi
- এড়ুবন্তাeṛubantāNoun
এৰুবাওঁতা; ৰাখোঁতা; যেনে-"আউৰ এডুবন্তা নাই কালৰ হাতত" (উত্তৰাকাণ্ড)।
- এড়ুৱন্তাe.ru.won.taCommon Noun
বিপদ আদিৰ পৰা ৰক্ষা কৰোঁতা ব্যক্তি
Person who saves from danger etc.
- এয়াeẏāPronoun
আগত থকা মানুহ বা বস্ত্ত, ঠিক এইটো
this (definitively used)
- এয়াৰ বাছe.yar basMaterial Noun
বহু সংখ্যক যাত্ৰী কঢ়িয়াই নিব পৰা ডাঙৰ উৰা জাহাজ ।
a large plane that carries passengers.
- এয়াৰপ’ৰ্টe.yar.portMaterial Noun
যি ঠাইৰ পৰা বিমান বা উৰাজাহাজ উৰে আৰু তাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা য`ত উপলভ্য।
Place from where an aircraft operates and have necessary facilities for this purpose.
- এয়ে সেয়েeẏe, seẏePronoun
এইটোবে সেইটোবে; যেনে-"এয়ে সেয়ে গোট খাই কথাটো ডাঙৰ হৈ পৰিল।"
- এৰণNoun
এৰা বা ত্যাগ কৰা কাৰ্য্য; . মুক্তি; ৰক্ষা; যেনে-"ইবাৰ তাৰ এৰণ নাই"
the act of leaving or abandoning ; freedom from restraint; escape
- এৰণিNoun
এৰা বা ত্যাগ কৰা কাৰ্য্য; . মুক্তি; ৰক্ষা; যেনে-"ইবাৰ তাৰ এৰণ নাই"
the act of leaving or abandoning ; freedom from restraint; escape
- এৰণ্ডeraṇḍaNoun
এৰা গছ; [ইয়াৰ পাত এৰী-মুগাক খুবায়]
the castor oil plant; palma christi
- এৰাerāNoun
এৰা।
- এৰা সুঁতিe.ra xu~.tiProper Noun
নৈয়ে এৰি যোৱা পানী থকা সুঁতি ৷
An abandoned channel of river.
- এৰা-এৰিerā-eriNoun
পৰস্পৰ সম্বন্ধ বা সঙ্গ-ত্যাগ
separation from each other
- এৰা-খাঁতীerā-khām̐tīNoun
ঘৰশালিকাৰ বৰণৰ কিন্ত্ত তাতকৈ কিছু সৰু এবিধ চেঁ চেঁ শব্দ কৰা চৰাই
a kind of small bird
- এৰা-চৰাইerā-carāiNoun
ঘৰশালিকাৰ বৰণৰ কিন্ত্ত তাতকৈ কিছু সৰু এবিধ চেঁ চেঁ শব্দ কৰা চৰাই
a kind of small bird
- এৰা-ধৰাerā-dharāNoun
অঙ্কৰ বিশেষকৈ খাজনাৰ মুঠৰ ভগ্নাংশ বা নিচেই কম ভাগ এৰি দিয়া বা ধৰি লোবা; যেনে-