কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অপযশ দেo.po.jox deVerb-Trans.
speak ill of someone to destroy his or her reputation
- অপলক নয়নেo.po.lok no.yo.neAdverb
আনফালে চকু নিদিয়াকৈ; এক দৃষ্টিৰে ৰ লাগি থকা৷
with the eyes fixed on one thing
- অপলক-নেত্ৰেo.po.lok-net.reAdverb
আনফালে চকু নিদিয়াকৈ; এক দৃষ্টিৰে ৰ লাগি থকা৷
with the eyes fixed on one thing
- অপলোপন কৰVerb-Trans.
মোহাৰি নাইকিয়া কৰ্ |
To remove from memory or existence.
- অপসাৰিতVerbal Adj.
যাক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ লৈ যোৱা বা আঁতৰোৱা হৈছে।
which has been conveyed or removed from one place to the other.
- অপসৃয়মানVerbal Adj.
যি অপসাৰিত হৈছে বা যাক অপসাৰণ কৰা হৈছে
who is being removed
- অপস্ফোৰণVerbal Noun
an event of something collapsing violently inwards.
- অপহাVerbal Adj.
যি নাশ বা ধ্বংস কৰে
one who destroys
- অপহৰণ কৰ্o.po.ho.ron korVerb-Trans.
to take someone away forcible usually to extract a ransom
- অপাকৰণ কৰ্o.pa.ko.ron korVerb-Trans.
শক্তি, গাঢ়তা বা প্ৰাৱল্য হ্ৰাস হোৱা
To become less strong, severe or intense
- অপাৰেচনo.pa.re.sonVerbal Noun
ৰোগ, আঘাত বা শাৰীৰিক বিকলাঙ্গতাৰ কটা-ছিঙাৰ জৰিয়তে কৰা চিকিত্সা
treating diseases, injuries, or deformities by manual or operative procedures
- অপাৰ্থিৱo.par.thi.boProper Adj.
মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক ঘটনা ৷
মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক (ঘটনা বা সত্বা)
- অপূৰ্বapūrbaAdjective
আগেয়ে নোহোবা বা নেদেখা; অসাধাৰণ
unprecedented; extraordinary
- অপূৰ্ব্বapūrbbaAdjective
আগেয়ে নোহোবা বা নেদেখা; অসাধাৰণ
unprecedented; extraordinary
- অপেক্ষা কৰ্o.pe.khya korVerb-Intran.
to remain inactive or in a state of repose, as until something expected happens
- অপেক্ষাকৱতAdverb
আন বস্ত্তৰ লগত তুলনা কৰিলে; আনৰ সম্পৰ্কত; আনৰ লগত বিজালে
comparatively; relatively
- অপ্ৰকাশ্যেAdverb
লোকে নজনাকৈ; আনে নেদেখাকৈ; গোপনে
secretly; not publicly
- অপ্ৰচলনo.pro.so.lonVerbal Noun
কোনো প্ৰথা বা অনুষ্ঠানৰ প্ৰচলন নোহোৱা হোৱা
the act or state of discontinuing or the state of being discontinued
- অপ্ৰতিহতভাবেAdverb
অবাধে
without obstruction
- অপ্ৰবন্ধেaprabandheAdverb
প্ৰবন্ধ বা চেষ্টা নকৰাকৈ; অনায়াসে
without effort