← ফুৰি যাওকঅপূৰ্ব্ব
apūrbba
অৰ্থ
1.আগেয়ে নোহোবা বা নেদেখা; অসাধাৰণ
unprecedented; extraordinary
বিণ.
সমাৰ্থক শব্দ
2.অতি উত্তম
excellent
বিণ.
সমাৰ্থক শব্দ
3.অতি অসাধাৰণভাবে; ; যেনে-অপূৰ্ব্ব-সুন্দৰী।
exceedingly
ক্ৰি. বিণ.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ