← ফুৰি যাওক

অপাৰ্থিৱ

o.par.thi.bo

অৰ্থ

1.

মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক ঘটনা ৷

মানুহ বা সমাজৰ মাজত নচলা কাল্পনিক (ঘটনা বা সত্বা)

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

3.

ইন্টাৰনেটৰ যোগেদি সশৰীৰে উপস্তিত নথকাকৈ কোনো ঘটনা ঘটা৷

something that happen through the internet

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অপাৰ্থিৱ · অসমীয়া অভিধান