← ফুৰি যাওক

অপূৰ্ব

apūrba

অৰ্থ

1.

আগেয়ে নোহোবা বা নেদেখা; অসাধাৰণ

unprecedented; extraordinary

বিণ.

সমাৰ্থক শব্দ

2.

অতি উত্তম

excellent

বিণ.

সমাৰ্থক শব্দ

3.

অতি অসাধাৰণভাবে; ; যেনে-অপূৰ্ব্ব-সুন্দৰী।

exceedingly

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অপূৰ্ব · অসমীয়া অভিধান