কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চূচুৰ্মৈsu.sur.moiProper Adj.
পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা
Something damaged in a way that its shape has altered from the original
- চূণ-খাৰAdjective
চূণ বা খাবৰ নিচিনা চোকা
having a cutting taste like lime
- চূণ-চাতAdjective
ভাগি-ছিগি গুৰি হোবা
broken to pieces
- চূণৰীয়াcūṇarīẏāAdjective
লাজ পোবা; লজ্জিত হোবা; অপমান পোবা
ashamed; insulted
- চূড়ান্তcūṛāntaAdjective
একেবাৰে শেষ বা নিষ্পত্তি হোবা; বাকী নথকা
final
- চূৰcūraAdjective
ভাগি ছিগি গুৰি হোবা; চূৰ্ণ; নষ্ট
smashed; destroyed
- চূৰমাৰcūramāraAdjective
ধ্বংস কৰা; ছিগি ভাগি খণ্ড খণ্ড হোবা
destroyed; smashed
- চূৰ্চুৰীয়াcūrcurīẏāAdjective
অলপীয়া; সামান্য; অনুষ্টুপীয়া; সম্পূৰ্ণ পৰিমাণৰ নোহোবা
little; inferior in degree or quantity
- চূৰ্ণcūrṇaNoun
খুন্দি মিহি কৰা বস্ত্ত; গুৰি
powder
- চূৰ্ণাকৃতsur.no.kri.toProper Adj.
পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা
Something damaged in a way that its shape has altered from the original
- চূৰ্ণায়মানcūrṇāẏamānaAdjective
ভাগি-ছিগি যাবলৈ ধৰা।
- চূৰ্ণিতcūrṇitaAdjective
গুড়ি কৰা; চূৰ্ণ কৰা
reduced to powder
- চূৰ্ণীকৃতsur.ni.kri.toProper Adj.
পূৰ্বৰ মূল আকৃতিৰ পৰিৱৰ্তন হোৱাকৈ ধ্বংস হোৱা
Something damaged in a way that its shape has altered from the original
- চূৰ্ণীকৱতcūrṇīkawataAdjective
চূৰ্চুমৈ কৰা; ভাঙি-ছিঙি ডোখৰ ডোখৰ কৰা; নষ্ট কৰা
broken to pieces; smashed; destroyed
- চূৰ্ণীকৱতAdjective
গুৰি কৰা; ভাঙি-ছিঙি ডোখৰ ডোখৰ কৰা
reduced to powder
- চেঁকুৰা-চেঁকুৰAdjective
গোট মাৰি ছেৰা ছেৰা বা ডোখৰ ডোখৰ হোবা (তেজ আদি)
coagulated into many clots
- চেঁকুৰীয়াAdjective
ছেঁইৰ দৰে ঠেক আৰু দীঘলীয়া (সোণ)
narrow and thin like a pod
- চেঁচাcem̐cāIntransitive verb
চিয়ঁৰ্; যেনে-"কাম-বাণে ভৈলো আউল, চেঁচাই ফুৰোঁ যেন বাউল" (কীৰ্ত্তন)
to scream
- চেঁচুকীয়াAdjective
চেঁচা আৰু জেলুকীয়া ঠাইত থকা বা উৎপন্ন হোবা
existing or growing in a shady place
- চেঁচুবাAdjective
চেঁচুৰ দৰে পাতল আৰু ধাৰ থকা
thin and sharp like a thin strip of bamboo with sharp edges