← ফুৰি যাওক

চূৰ্ণ

cūrṇa

অৰ্থ

1.

খুন্দি মিহি কৰা বস্ত্ত; গুৰি

powder

বি.

2.

পোৰা শামুক বা চূণ-শিলৰ ছাই

lime

বি.

3.

খুন্দি ভাঙ্গি গুৰি কৰা

reduced to powder

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চূৰ্ণ · অসমীয়া অভিধান