← ফুৰি যাওক

চেঁকুৰা-চেঁকুৰ

অৰ্থ

1.

গোট মাৰি ছেৰা ছেৰা বা ডোখৰ ডোখৰ হোবা (তেজ আদি)

coagulated into many clots

বিণ.

2.

দীঘল দীঘলকৈ ডোখৰ ডোখৰ কৰা (সোণ আদি)

made or formed into long pieces

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ