চূৰ
cūra
অৰ্থ
1.
ভাগি ছিগি গুৰি হোবা; চূৰ্ণ; নষ্ট
smashed; destroyed
বিণ.
2.
বিষ বা খহু বাঢ়িব নোবৰা কৰা মন্ত্ৰ; টিপনি
an incantation used to stop the progress of pain or any tumor
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ