কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফেদাphedāNoun
মলি; মল
dirt; filth
- ফেনphenaNoun
বৰকৈ সঞ্চালিত হোবা বা উতলাৰ গুণে বতাহ সোমাই জুলীয়া বস্ত্তৰ ওপৰত ওলোবা অকণি অকণি ঢৌৰ সমষ্টি
foam; froth
- ফেনকুটিNoun
কওঁতে মুখৰপৰা ওলোবা ফেন
the froth coming out of the mouth while talking
- ফেনলNoun
ফেনল
ফেনল
- ফেনল ৰেডNoun
ফেনল ৰেড
ফেনল ৰেড
- ফেনলিক এছিডNoun
ফেনলিক এছিড
ফেনলিক এছিড
- ফেনাইলphenāilaNoun
দুৰ্গন্ধ আৰু বীজাণুনাশক এবিধ পনীয়া বস্ত্ত
phenyl
- ফেনীphenīNoun
পানী আৰু চেনিত পিঠাগুড়ি গুলি ঘিউত ভাজি কৰা এবিধ পিঠা।
- ফেন’টাইপNoun
ফেন’টাইপ
ফেন’টাইপ
- ফেপেৰিpheperiNoun
খঙত ফোঁপোবা কাৰ্য্য; ফোঁপাউৰি; ডাবি
defiance; intimidation
- ফেব্ৰুবাৰিphebrubāriNoun
ইংৰাজী বছৰৰ দ্বিতীয় মাহ
February
- ফেব্ৰুৱাৰিphe.bru.wa.riProper Noun
পশ্চিমীয়া বছৰৰ দ্বিতীয় মাহ।
the second month of the Gregorian calendar, between January and March.
- ফেব্ৰুৱাৰীphe.bru.wa.riProper Noun
পশ্চিমীয়া বছৰৰ দ্বিতীয় মাহ।
the second month of the Gregorian calendar, between January and March.
- ফেল জামিনphela, jāminaNoun
ভাল স্বভাবত থাকিবলৈ আদালতৰপৰা লোবা জামিন
security for good behaviour
- ফেল`শ্বিপAbstract Noun
কোনো বিদ্বান লোকলৈ আগবঢ়োৱা আৰ্থিক সাহায্য
Financial assistance awarded to a scholar
- ফেলাইphelāiNoun
ভাত থোবা বান
a shallow dish with a leg
- ফেহুঁphe.hu~Material Noun
পোৱালি জগাৰ পিছতে খীৰোৱা পাতল সোণ-বৰণীয়া গাখীৰ।
The newest light golden color breast milk of a cow after giving birth to a calf.
- ফেৰpheraNoun
কপালৰ গতি
changes of fortune
- ফেৰ কটাpher ko.taAbstract Noun
A deformity marked by medial angulation of the leg in relation to the thigh, an outward bowing of the legs, giving the appearance of a bow. Usually there is an outward curvature of both femur and tibia. "Genu varum" is distinguished from Blount's disease because it involves both the femur and the tibia, while Blount's disease affects only the tibia with no femur involvement.
- ফেৰফেৰণিpherapheraṇiNoun
একেৰাহে কিছু প্ৰবল চেঁচা বতাহ বৈ থাকিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound of a strong and continuous cold breeze