← ফুৰি যাওক

ফেন

phena

অৰ্থ

1.

বৰকৈ সঞ্চালিত হোবা বা উতলাৰ গুণে বতাহ সোমাই জুলীয়া বস্ত্তৰ ওপৰত ওলোবা অকণি অকণি ঢৌৰ সমষ্টি

foam; froth

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ফেন · অসমীয়া অভিধান