কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চুক্তিৱদ্ধVerbal Adj.
(দুই পক্ষৰ মাজত) স্বাক্ষৰিত চুক্তিপত্ৰৰ জৰিয়তে দায়বদ্ধ
bound by an agreement signed (between two parties)
- চুঙাকৃতিsunga.kri.tiProper Adj.
চুঙাৰ দৰে দীঘল আৰু ঘূৰণীয়া আকৃতিৰ৷
Of, relating to, or having the shape of a cylinder, especially of a circular cylinder.
- চুটিsutiProper Adj.
প্ৰয়োজনীয় দৈৰ্ঘ্যতকৈ কম
less than the required length
- চুটি-চাপৰcuṭi-cāparaAdjective
কঁটীয়া
of small stature
- চুটি-মুটিcuṭi-muṭiAdjective
গঁঠীয়া; চাপৰ
short; dwarfed
- চুপcupaAdjective
নিমাত; মাত নমতা; মৌন; বি. চুপ-চাপ নিঃশব্দ অবস্হা
silent ; silence
- চুপাৰProper Adj.
সাধাৰণতকৈ অধিক
more than a normal
- চুফিsu.phiAbstract Noun
ঈশ্বৰৰ লগত পোন পটীয়া সম্পৰ্ক স্থাপন কৰা বুলি ভবা ইছলামীয় ৰহস্যবাদী ধৰা এটা৷
an adherent of any of various Muslim mystical orders or teachings, which emphasize the direct personal experience of God
- চুবা-গজাcubā-gajāAdjective
স্পৰ্শ-দোষত অপবিত্ৰ; অশুচি-ৰূপে তৈয়াৰ হোবা; যেনে "চুবা গজা" বুলি যিটো অন্ন নখাই মোৰ" (কীৰ্ত্তন)
defiled; unclean
- চুবুৰীয়াAdjective
একে চুবুৰীতে থকা
living in the same part of a village or town
- চুমইcumaiAdjective
মিহি; অতি সৰু আৰু পাতল; যেনে-"কেলেই কুটিলা চুমইকৈ পচলা" (বিয়ানাম)
fine; thin; not coarse
- চুমৈcumaiAdjective
মিহি; অতি সৰু আৰু পাতল; যেনে-"কেলেই কুটিলা চুমইকৈ পচলা" (বিয়ানাম)
fine; thin; not coarse
- চুম্বকcumbakaNoun
লো আকৰ্ষণ কৰা এবিধ শিল
the load- stone
- চুম্বকীয়sum.bo.ki.yoProper Adj.
চুম্বকৰ বা চুম্বক সম্বন্ধীয়
of or pertaining to a magnet or magnetism
- চুম্বনৰতsum.bon.ro.toVerbal Adj.
চুমা খাই থকা বা চুম্বন কৰি থকা
being engaged in kissing each-other
- চুম্বিতcumbitaAdjective
যি ঠাইত চুমা খোবা হৈছে
kissed
- চুলুংculumAdjective
মন-পাতল; চেল্বেলীয়া; চেলেপু
light-minded; talking much without regard to propriety
- চুৱাsu.waProper Adj.
পবিত্ৰ নোহোৱা, চুৱা বুলি ভবা ৷
not holy; not sacred or hallowed.
- চুৱা-মুখsu.wa-mukhProper Adj.
বেয়া, অসৎ বা টান কথা কোৱা (লোক)|
(a person) using foul or obscene language.
- চূচুমৈcūcumaiAdjective
ভাঙি-ছিঙি গুড়ি কৰা; চূৰ্ণ; ভাঙি গুড়িৰ দৰে কৰা
broken to pieces; smashed