← ফুৰি যাওক

চুবা-গজা

cubā-gajā

অৰ্থ

1.

স্পৰ্শ-দোষত অপবিত্ৰ; অশুচি-ৰূপে তৈয়াৰ হোবা; যেনে "চুবা গজা" বুলি যিটো অন্ন নখাই মোৰ" (কীৰ্ত্তন)

defiled; unclean

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চুবা-গজা · অসমীয়া অভিধান